ড্রাগছ সেৱক কৰা মাৰাত্মক
ড্ৰাগছ সেৱন কৰা মাৰাত্মক - ইংৰাজী ভাষাৰ 'ড্রাগ্' শব্দৰ সাধাৰন অৰ্থ ঔষধ ।ড্রাগ্ বুলি কলে পিছে এতিয়া সাধাৰন ঔষধ নুবুজায় ।ড্রাগ্ বুলি কলে নিচা থকা কেইবিধমান ঔষধ বুলিহে মানুহে বুজে।নিচাযুক্ত ঔষধ ভিতৰত হেৰোইন্, হ্যাচ্চি, মাণ্ডাৰিণ, এল. এচ্. ডি, ব্ৰাউন চুগাৰ প্ৰধান ।নিচাৰ প্ৰতি মানুহৰ আসক্তি আছে ।যুগে যুগে দেশে দেশে কিছুমান মানুহে নিচালগা বস্তু খায়। ব্যক্তিগত সমস্যা আৰু হতাশাই সৃষ্টি কৰা মানসিক ব্যাধিয়েই ড্রাগ আসক্তিৰ প্ৰধান সমস্যা বা কাৰণ।এনে কাৰণত বয়স্ক ব্যক্তিৰ ক্ষেত্ৰতহে প্ৰয়োজ্য ।কোমলমতীয়া ছাত্র ছাত্রীয়ে আৰু ডেকা গাভৰুৱে ঘাইকৈ সংগ দোষত পৰিহে প্ৰথমে নিষিদ্ধ ড্রাগ্ খাবলৈ আৰম্ভ কৰে ।কোনো কোনোৱে আকৌ কৌতুহল বাবেও ড্রাগ্ খায়।ড্রাগ্ খোৱা পিছত নিচাত মতলীয়া হৈ একেবাৰে ৬ ঘন্টাজুৰি কোনো এক অলৌকিক জগতত বিচৰণ কৰাৰ আনন্দই প্ৰথমে বহুতক এনেকুৱা ড্রাগ্ খাবলৈ আকৃষ্ট কৰে । ড্রাগছ কেৱল দৰৱৰ নহয় বড়ি ৰূপতে নচলে।ধপাত চিগাৰেট ৰ দৰেও ' পট ' আদিৰ ধোঁৱা হুপি খোৱা হয়।ড্রাগছ ইন্জেকশ্যন ৰূৰত থাকে ।অন্যান্য ইন্জেকশ্যন লোৱা দি ড্রাগ্ ইন্জেকশ্যনো লোৱা হয়।ড্রাগ মুঠতে মুখেৰে গিলি খোৱাই হওক, চিগাৰেট ...